assaminfo 24 assaminfo24.com, assam govt job com, assam govt job vacancy, latest goverment jobs in assam,assam govt job 2021, assam govt result, assam govt job recuitment, assaM GOVT JOB ,ONLINE APPLY, assam govt job 12 pass, assam govt job , adveritestment, assam govt job portal, assam govt job railway, job in assam 2022, assam job news 2022, career assam, job in assam,Assamesegk.com, jobnews 123.com, kitapghar.in, atozassamesenews.in,

Breaking

Sunday, April 24, 2022

Assam Police SI Today Memory Base Paper, Sub Inspector GK Paper 2022

Assam police si 2022



WhatsApp

Click Here

Telegram

Click Here

Facebook

Click Here


১) দাণ্ডি যাত্ৰাত মহাত্মা গান্ধীৰ
সৈতে অসমৰ পৰা প্ৰতিনিধি কোন আছিল?
২) ১৯৩০ চনৰ ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল?
৩) লচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল?
৪) অসম মহিলা সমিতি কেতিয়া গঠন হৈছিল?
৫) স্বৰাজোত্তৰ অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?
৬) তলত উল্লেখ কৰা কোনটো কয়লাৰ ভাগ নহয়?
৭) তলত উল্লেখ কৰা কোনটো মেৰুদণ্ডী প্ৰাণী নহয়?
৮) তলত উল্লেখ কৰা সিন্ধু নদীৰ উপনৈ নহয়?
৯) ৰেডক্ৰছ দিৱস কেতিয়া পালন কৰা হয়?
১০) হেপাটাইটিছ ৰোগে দেহৰ কোনটো অংশক প্ৰভাৱিত কৰে?
১১) কাছাৰ কেতিয়া বৃটিছৰ অধীন হয়?
১২) কোনটো নৃত্যশৈলীত ৰাধা আৰু কৃষ্ণৰ প্ৰেম কাহিনী বিৰাজমান?
১৩) ৰেডক্লিফ লাইন কোন দুখন দেশৰ সীমাৰেখা?
১৪) কোনটো অনুচ্ছেদে ভাৰতীয় নাগৰিকক বাক স্বাধীনতা দিছে?
১৫) তলত উল্লেখ কৰা কোনখন সন্ত্ৰাস বিৰোধী আইন?
১৬) জয় সাগৰ পুখুৰী কোনে খান্দিছিল?
১৭) হত্যাকাণ্ড সংঘটিত কৰা অপৰাধীৰ বাবে কোনটো ইণ্ডিয়ান পেনেল কোড জাৰি কৰা হয়?
১৮) নামঘোষাৰ ঘোষাৰ সংখ্যা কিমান?
১৯) ভাৰতৰ কভিড ভেকচিন নিৰ্মাণ কাৰী সংস্থাটো কি?
২০) প্ৰমথেশ বৰুৱাৰ কোন জিলাত জন্ম হৈছিল?
২১) কোচ সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল?
২২) লৰ্ড কৰ্ণৱালিছে ভুমি ৰাজহ সংগ্ৰহৰ বাবে কোনটো নীতি উদ্ভাৱন কৰিছিল?
২৩) নাওখেল কোনটো উৎসৱৰ লগত জড়িত?
২৪) মৌৰ্য সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল?
২৫) গৌতম বুদ্ধৰ পৰিনিৰ্বাণ ক'ত হৈছিল?
২৬) মিলন কোনটো সংগঠনৰ মুখপত্ৰ?
২৭) তলত উল্লেখ কৰা কোনটো শব্দ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ নাছিল?
২৮) উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়ধীশক কোনে নিযুক্তি দিয়ে?
২৯) ২০২২ চনৰ ৩১ জানুৱাৰী লৈ অসমৰ মুঠ জিলাৰ সংখ্যা কিমান?
৩০) ভাৰতৰ প্ৰথম পূৰ্ণ দৈৰ্ঘৰ সবাক চলচ্চিত্ৰ কোনখন?

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.