Important GK Quiz for Assam Direct Recruitment
In this article we have provided you most important GK Quiz for Grade III and Grade IV Exam. So, read all these important GK Quiz on Assam Direct Recruitment 2022 and also for other Assam govt exams. These GK Questions and Answers in English for Grade III and Grade IV Exam are extremely important and should be a part of your preparation.
(১)COVID TEST কৰা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় ?
👉 RT-PCR
(২) হীৰেণ ভট্টাচাৰ্যৰ সাহিত্য একাডেমী বঁটা পোৱা কবিতা কোনটো ?
👉 শইচৰ পথাৰ মানুহ
(৩) নামদফা ৰাষ্ট্ৰীয় উদ্যান" ক'ত অৱস্থিত ?
👉 অৰুণাচল প্ৰদেশ
(৪) ৰাজকুমাৰী অমৃত প্ৰভা কাৰ জীয়ৰী ?
👉 বলবৰ্মন
(৫) অসমৰ বিক্ৰমাদিত্য বুলি কোনজন ৰজাক কোৱা হয় ?
👉 নৰনাৰায়ণ
(৬) হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে সজাইছিল ?
👉 পাল সকলে
(৭) কোনবিধ গ্ৰীন হাউছ গেছে অ'জন স্তৰৰ ক্ষতি কৰে ?
👉 চি-এফ-চি
(৮) প্ৰাচীনতম কামাখ্যা মন্দিৰটো কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল ?
👉 শালস্তম্ভ বংশৰ
(৯) মৌলিক অধিকাৰ কোনে সংশোধন কৰিব পাৰে ?
👉 সংসদে
(১০) গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপন কৰা হৈছিল ?
👉 ১৯৪৮ চনত
(১১) ভাস্কৰ বৰ্মনে কি যুদ্ধৰ পাছত বিখ্যাত নিধানপুৰ তাম্রলিপিৰ অনুদান জাৰী কৰিছিল ?
👉 কৰ্ণসুবৰ্ণ ৰণ
(১২) মফিজুদ্দিন আহমদ হাজৰিকাই কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল ?
👉 ১৯৩০ চনত
(১৩) ভাষা আন্দোলনৰ শ্বহীদ কোন ?
👉 ৰঞ্জীত বৰপূজাৰী
(১৪) কামৰূপত বৰ্মন বংশৰ পতনৰ পিছত কোনটো বংশই তেওঁলোকৰ শাসন আৰম্ভ কৰিছিল ?
👉 শালস্তম্ভ বংশ
(১৫) লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ বাবে ন্যূনতম বয়স কিমান হ'ব লাগে ?
👉 ২৫ বছৰ
(১৬) ভাৰত ৰত্ন" পোৱা দ্বিতীয় জন অসমীয়া কোন ?
👉 ভূপেন হাজৰিকা
(১৭) ৰম্যভূমি উপন্যাসৰ ৰচক কোন ?
👉 ডঃ ভবেন্দ্ৰনাথ শইকীয়া
(১৮) অসমীয়া সাহিত্য জগতত " অসমীয়া ব্যাস " ৰূপে কোন পৰিচিত ?
👉 ৰাম সৰস্বতী
(১৯) মুলাগাভৰু কাৰ পত্নী আছিল ?
👉 ফ্ৰাচেংমুং বৰগোঁহাই
(২০) পাল ৰাজবংশৰ ৰাজধানী কি আছিল ?
👉 দুৰ্জয়
(২১) ভাৰতৰ কোনখন ৰাজ্যৰ ৰাজধানী ডেৰাডুন' ?
👉 উত্তৰাখণ্ড
(২২) অসমত লোকসভাৰ আসন কেইখন ?
👉 ১৪ খন
(২৩) কলিকাতাত অসমীয়া সাহিত্য চৰা কেতিয়া স্থাপিত হৈছিল ?
👉 ১৮৭২ চনত
(২৪) প্ৰথম 'ভাৰতৰত্ন' বিজয়ী মহিলা গৰাকী কোন আছিল ?
👉 ইন্দিৰা গান্ধী
(২৫) WHO ৰ অন্তৰ্গত কেইখন ৰাষ্ট্ৰ আছে ?
👉 ১৯৩ খন
(২৬) বগীবিল দলংখন কোন চনত মুকলি কৰা হৈছিল ?
👉 ২৫ ডিচেম্বৰ ২০১৮
(২৭) শ্ৰীমন্ত শংকৰদেৱে প্ৰথম বৰগীতটো ক'ত ৰচনা কৰিছিল ?
👉 বদৰিকাশ্ৰম
(২৮) শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰা প্ৰথম অসমীয়া ?
👉 কীৰ্তিনাথ হাজৰিকা
(২৯) "UNITED NATIONS DAY" কেতিয়া পালন কৰা হয় ?
👉 ২৪ অক্টোবৰ
(৩০) মুখ্যমন্ত্ৰী নিযুক্তি কোনে কৰে ?
👉 ৰাজ্যপাল
(৩১) ভাৰতত প্ৰথম কপাহ কল ক'ত স্থাপন কৰা হৈছিল ?
👉 কলিকতা
(৩২) সহজীয়া বৌদ্ধাচাৰ্য্য সকলৰ গীত বিলাকক কি বুলি জনা যায় ?
👉 চৰ্যাপদ
(৩৩) "হিষ্টৰী অৱ আসাম" শীৰ্ষক গ্ৰন্থৰ লিখক কোন ?
👉 এডৱাৰ্ড গেইট
(৩৪) "জোনাকী" আলোচনীক কিমান চনত কলিকতাৰ পৰা আনি গুৱাহাটীত প্ৰতিষ্ঠা কৰা হয় ?
👉 ১৯০১ চনত
(৩৫) "ৰিণিকি ৰিণিকি দেখিছোঁ যমুনা" গল্পটো কোনে লিখা ।
👉 মামণি ৰয়ছম গোস্বামী
(৩৬) ভাৰতীয় নাগৰিকতা অধিনিয়ম কেতিয়াৰ পৰা কাৰ্যকৰী হয় ?
👉 ১৯৫৫ চনৰ পৰা
(৩৭) "মহাৰথী" উপন্যাস খনৰ আধাৰগ্ৰন্থ কি ?
👉 মহাভাৰত
(৩৮) নাগালেণ্ড ৰাজ্য কেতিয়া গঠন হয় ?
👉 ১ ডিচেম্বৰ ১৯৬৩ চনত
(৩৯) কম্পিউটাৰত লিখা প্ৰথম অসমীয়া কিতাপখনৰ নাম কি ?
👉 মই প্ৰেমত পৰিলোঁ
(৪০) ১৯২৪ চনত বৈকোম সত্যাগ্ৰহক কোনে নেতৃত্ব দিছিল ?
👉 মহাত্মা গান্ধী
(৪১) "পদাৰ্থ বিদ্যাৰ সাৰ" শীৰ্ষক পুথিখনৰ ৰচক কোন ?
👉 নিধিৰাম ফাৰৱেল
(৪২) অসমীয়া ভাষাত প্ৰভাৱ পেলোৱা এটা উল্লেখযোগ্য ভাষাগোষ্টীৰ নাম উল্লেখ কৰা ?
👉 তিব্বত বৰ্মী
(৪৩) শৃংখল, গহ্বৰ, সেন্দুৰ - এই গ্ৰন্থসমূহ কোন শাখাৰ সাহিত্য ?
👉 চুটিগল্প
(৪৪) ভাৰতীয় সংবিধানৰ আটাইতকৈ ডাঙৰ উৎসটো কি ?
👉 ভাৰত চৰকাৰ আইন, ১৯৩৫
(৪৫) "মালিতা" নামৰ উপন্যাস খনৰ লিখক কোন ?
👉 হিতেশ্বৰ বৰবৰুৱা
(৪৬) প্ৰথম পূৰ্ণাংগ মিচিং ছবি খনৰ নাম কি ?
👉 পানৈ জংকি
(৪৭) লোকসভাৰ নেতা কোন ?
👉 প্ৰধানমন্ত্ৰী
(৪৮) ভাৰত চৰকাৰে কোন চনত ৰাষ্ট্ৰীয় শিক্ষা নীতি গঠন কৰে ?
👉 ১৯৮৬ চনত
(৪৯) ভাৰতৰ নিৰ্বাচন ব্যৱস্থা কোন দেশৰ নিৰ্বাচন ব্যৱস্থাৰ সৈতে একে ?
👉 ব্ৰিটেইন
(৫০) ভাৰতত প্ৰথম কিমান চনত বাতৰি কাকত প্ৰকাশ পাইছিল ?
👉 ১৭৮০ চনত
(৫১) ইণ্টাৰনেটৰ জনক বুলি কাক জনা যায় ?
👉 ভিণ্ট ছাৰ
(৫২) ২০০৮ চনৰ পৰা অসম চৰকাৰে কোনটো বঁটা প্ৰদান কৰি আহিছে ?
👉 অসম ৰত্ন
(৫৩) পদ্মনাথ গোহাঞিবৰুৱা ৰচিত কোনখন ট্ৰেজেডী নাট ?
👉 সাধনী
(৫৪) নিজম উপত্যকা (SILENT VALLEY) কোন ৰাজ্যত অৱস্থিত ?
👉 কেৰেলাত
(৫৫) মাধৱ কন্দলীৰ "সপ্তকাণ্ড ৰামায়ণ"ত প্ৰকৃততে কেইটা কাণ্ড পোৱা যায় ?
👉 ৫ টা
(৫৬) অন্তৰীপ উপন্যাসৰ লেখক কোন ?
👉 ডঃ ভবেন্দ্ৰ নাথ শইকীয়া
(৫৭) কাৰ ৰাজত্বকালত আলাবৈৰ ৰণ হৈছিল ?
👉 চক্ৰধ্বজ সিংহ
(৫৮) পাটমুগী কাৰ দ্বাৰা ৰচিত শ্ৰেষ্ঠ গল্প ?
👉 লক্ষ্মীনাথ বেজবৰুৱা
(৫৯) ৰাষ্ট্ৰপতিয়ে কিমান নং অনুচ্ছেদ অনুসৰি ৰাজ্যপালক নিযুক্তি দিয়ে ?
👉 ১৫৫ নং অনুচ্ছেদ
(৬০) প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি ?
👉 ধৰ্মপুস্তক
(৬১) বায়ুমণ্ডলৰ কোনটো স্তৰত উল্কা দেখা পোৱা যায় ?
👉 মেছস্ফিয়েৰ
(৬২) আৰ্য্যভট্ৰ মহাকাশযান খন ক'ত নিৰ্মাণ কৰা হৈছিল ?
👉 PEENYA
(৬৩)বনকুৱৰী কবিতাটো প্ৰকাশিত কি আলোচনীত প্ৰকাশিত হৈছিল ?
👉 জোনাকী আলোচনী
(৬৪) জয়সাগৰ পুখুৰীৰ খনন কোন চনত কৰিছিল ?
👉 ১৬৯৭ চনত
(৬৫) চকৰী ফেটী বুৰঞ্জীৰ লিখক কোন আছিল ?
👉 নুমলী বৰগোঁহাই
(৬৬) নামঘোষাক কোনে মাধৱদেৱৰ "মহাপ্ৰস্হানিক গীত" আখ্যা দিছিল ?
👉 ড° বাণীকান্ত কাকতি
(৬৭) ভূপেন হাজৰিকাই কিমান চনত সংগীত নাটক অকাডেমী বঁটা লাভ কৰে ?
👉 ১৯৮৭ চনত
(৬৮) ভাৰতৰ' MANCHESTER' বুলি কোনখন চহৰক কোৱা হয় ?
👉 আহমেদাবাদ
(৬৯) বৰগীত সমূহক NOBEL NUMBERS বুলি কোনে আখ্যা দিছিল ?
👉 বাণীকান্ত কাকতি
(৭০) ৰম্যভূমি উপন্যাস খনৰ ৰচক কোন ?
👉 ডঃ ভবেন্দ্ৰনাথ শইকীয়া
(৭১) অসমৰ কোন ঠাইত প্ৰথম কয়লাৰ সন্ধান পোৱা গৈছিল ?
👉 ছাফ্ৰাই
(৭২) আমি খোৱা নিমখৰ ৰাসায়নিক নাম কি ?
👉 ছডিয়াম ক্লৰাইড
(৭৩) অসমৰ লোক-সংস্কৃতিৰ লিখক জন কোন ?
👉 বিৰিঞ্চি কুমাৰ বৰুৱা
(৭৪) ভূপেন হাজৰিকাই কিমান চনত দাদাচাহেব ফাল্কে বঁটা লাভ কৰিছিল ?
👉 ১৯৯২ চনত
(৭৫) মানৱ দেহত, স্বাভাৱিক উষ্ণতা কিমান ?
👉 37°C
(৭৬) কোনগৰাকী প্ৰধানমন্ত্ৰীক" CHAMPIONS OF INDIA'S PEASANTS" বুলি জনাজাত ?
👉 চৰণ সিং
(৭৭)পোন প্ৰথমবাৰৰ বাবে ভাৰতৰ কোন গৰাকী প্ৰধানমন্ত্ৰীয়ে বিমুদ্ৰাকৰণ প্ৰথমে সিদ্ধান্ত লৈছিল ?
👉 মোৰাৰজী দেশাই
(৭৮) কোনখন দেশৰ লিখিত সংবিধান নাই ?
👉 ENGLAND
(৭৯) কোন প্ৰধানমন্ত্ৰীয়ে "CHANGING INDIA" গ্ৰন্থখন ৰচনা কৰিছিল ?
👉 ড° মনমোহন সিঙ
(৮০) অসমত পাহাৰীয়া জিলা কেইখন আছে ?
👉 ৩ খন
(৮১) ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কণ্ঠশিল্পী গৰাকী কোন ?
👉 তৰালী শৰ্মা
(৮২) ভিটামিন-A ৰ ৰাসায়নিক নাম কি ?
👉 ৰেটিনল
(৮৩) ভাৰতত বৰ্তমান কিমানটা পাৰমাণৱিক শক্তি প্ৰকল্প আছে ?
👉 ৫ টা
(৮৪) ভাৰত স্বাধীন আইন"খন কেতিয়াৰ পৰা কার্যকৰী কৰা হৈছিল ?
👉 ১৯৪৭ চনৰ ১৮ আগষ্ট তাৰিখৰ পৰা
(৮৫) ভাৰতৰ হৃদয় বুলি কোনখন চহৰক কোৱা হয় ?
👉 দিল্লী
(৮৬) ভাৰতৰ কোনটো মুদ্ৰা ইয়াত এশ বছৰ পূৰ্ণ কৰিছে ?
👉 এটকীয়া
(৮৭) অসম চৰকাৰে "অসম (গঁড়) নিধন প্ৰতিৰোধ আইন" প্ৰণয়ন কোন চনত কৰে ?
👉 ১৯৫৪ চনত
(৮৮) লক্ষ্মীনাথ বেজবৰুৱাই অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত কেতিয়া হৈছিল ?
👉 ১৯২৪ চনত
(৮৯) "বিশ্ব ৰক্তদান দিৱস" কোন তাৰিখে পালন কৰা হয় ?
👉 ১৪ জুন
(৯০) আলিপুৰ বোমা ঘটনাত কোন জড়িত আছিল ?
👉 অৰবিন্দ ঘোচ
(৯১) পৃথিৱীৰ বৃহৎ উপদ্বীপ ক'ত আছে ?
👉 আৰৱ
(৯২) ২০০২ চনত ভাৰতৰ ৰাষ্ট্ৰপতি কোন আছিল ?
👉 এ.পি.জে আব্দুল কালাম
(৯৩) সৰ্বশিক্ষা অভিযানে কি দায়িত্ব লয় ?
👉 ৫-১৪ বয়সৰ শিশুৰ শিক্ষাৰ
(৯৪) ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন স্বাধীনতাৰ পিছত কেতিয়া অনুষ্ঠিত হৈছিল ?
👉 ১৯৫২ চনত
(৯৫) অসম সাহিত্য সভাই বিশ্বৰত্ন উপাধি কাক প্ৰদান কৰিছিল ?
👉 ভূপেন হাজৰিকা
(৯৬) সীমান্ত গান্ধী কাক কোৱা হয় ?
👉 খান আব্দুল গফুৰ খান
(৯৭) শেহতীয়াকৈ কোনখন ৰাজ্য দেশৰ প্ৰথমখন 'LPG যুক্ত ধোৱা মুক্ত' ৰাজ্যলৈ পৰিণত হৈছে ?
👉 হিমাচল প্ৰদেশ ।
(৯৮) লালটি গ্ৰন্থিত কি পোৱা যায় ?
👉 পিটলিন
(৯৯) ভাৰতীয় সংবিধানত মুঠ কিমানটা অধ্যায় সংযোজন কৰা হৈছে ?
👉 ২২ টা
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.