Important GK Quiz for Assam Direct Recruitment
In this article we have provided you most important GK Quiz for Grade III and Grade IV Exam. So, read all these important GK Quiz on Assam Direct Recruitment 2022 and also for other Assam govt exams. These GK Questions and Answers in English for Grade III and Grade IV Exam are extremely important and should be a part of your preparation.
Join us on Telegram | Join us on Whatsapp | Join us on Facebook |
দৈনিক কুইজ খেলিবলৈ Join হ'ব পাৰে :- CLICK HEAR
(১) মে-দাম-মে-ফি কোন জনগোষ্ঠীৰ লোকসকলে পালন কৰে ?
👉 আহোম
(২) ভাৰতৰ নিৰ্বাচন ব্যৱস্থা কোন দেশৰ নিৰ্বাচন ব্যৱস্থাৰ সৈতে একে ?
👉 ব্ৰিটেইন
(৩) বহাগীয় বিচু কোন জনগোষ্ঠীয় লোকসকলে পালন কৰে ?
👉 দেউৰী
(৪) শিক্ষাক কেতিয়া সমবৰ্তী সূচীৰ অন্তৰ্ভুক্ত কৰা হয় ?
👉 ১৯৭৬ চনত
(৫) ভাৰতীয় সাৰ নিগমৰ কাৰখানা ক'ত আছে ?
👉 নামৰূপত
(৬) বৰ্তমান ভাৰতৰ উচ্চ ন্যায়ালয়ৰ সংখ্যা কিমান ?
👉 ২৫ খন
(৭) অসমৰ এবিধ উল্লেখযোগ্য নৃত্য কি ?
👉 বিহু
(৮) পাপৰি কবি কোন ?
👉 গণেশ চন্দ্ৰ গগৈ
(৯) বাইথো পূজা কোন জনজাতীয়ে পালন কৰে ?
👉 সোণোৱাল কছাৰী
(১০) অসম চৰকাৰে 'গড় দিৱস' হিচাপে কিমান তাৰিখে পালন কৰিবলৈ ধাৰ্য কৰিছে ?
👉 ২২ ছেপ্টেম্বৰ
(১১) শেহতীয়াকৈ ভাৰতীয় মহিলা হকী দলৰ নতুন অধিনায়ক কোন হৈছে ?
👉 সবিতা পুনীয়া
(১২) বাশ পূজা কোন জনগোষ্ঠীৰ লোকসকলে পালন কৰে ?
👉 ৰাজবংশী
(১৩) নমামি ব্ৰহ্মপুত্ৰ' উৎসৱ প্ৰথমবাৰৰ বাবে কেতিয়া পালন কৰা হৈছিল ?
👉 ২০১৬, ছেপ্টেম্বৰ
(১৪) ঝুমুৰ কোন জনগোষ্ঠীৰ লোকসকলৰ নৃত্য ?
👉 চাহ জনগোষ্ঠীৰ
(১৫) অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি জনৰ নাম কি ?
👉 ড° কুলধৰ শইকীয়া
(১৬) শেহতীয়াকৈ ভাৰতে কোনখন দেশৰ নৌ সেনাৰ সৈতে PASSEX' অভ্যাসৰ আয়োজন কৰিছে ?
👉 ৰুছ
(১৭) ৰৌফ নৃত্য কোনখন ৰাজ্যৰ লগত জড়িত ?
👉 কাশ্মীৰ
(১৮) আটাইতকৈ নিম্ন শিক্ষিতৰ হাৰ ক'ত ?
👉 ধুবুৰী
(১৯) শেহতীয়াকৈ উটৰ বাবে পৃথিৱীৰ প্ৰথমখন হোটেল ক'ত নিৰ্মাণ কৰা হৈছে ?
👉 ছৌদি আৰব
(২০) গৰবা নৃত্য কোনখন ৰাজ্যৰ লগত জড়িত ?
👉 গুজৰাট
(২১) অসমৰ পঢ়াশালি আৰু আদালতৰ পৰা অসমীয়া ভাষা অপসৰণ কেতিয়া হৈছিল ?
👉 ১৮৩৬ চনত
(২২) কথক নৃত্য কোনখন ৰাজ্যৰ লগত জড়িত ?
👉 উত্তৰ প্ৰদেশ
(২৩) অসমৰ উদ্যোগিক নিগম (AIDC) স্থাপন কেতিয়া হৈছিল ?
👉 ১৯৬৫ চনত
(২৪) ৰাভাসকলৰ প্ৰধান উৎসৱ কি ?
👉 বায়গো
(২৫) বাংগ্ৰা নৃত্য কোনখন ৰাজ্যৰ লগত জড়িত ?
👉 পঞ্জাব
(২৭) ডিমাছা কছাৰীসকল কেইটা বংশত বিভক্ত ?
👉 ৪২ টা
(২৮) কথাকলি নৃত্য কোনখন ৰাজ্যৰ লগত জড়িত ?
👉 কেৰেলা
(২৯) অলপতে মৃত্যু হোৱা এম কে প্ৰসাদ কোন আছিল ?
👉 পৰিৱেশবিদ
(৩০) অসমৰ 'মধ্যাহ্ন ভোজন আঁচনি' (MID DAY MEAL SCHEME) আৰম্ভ কেতিয়া হৈছিল ?
👉 ২০০৫ চনত
(৩১) শেইতীয়াকৈ ইণ্ডিয়ান অপেন বেডমিণ্টন খিতাপ কোনে জয় কৰিবলৈ সক্ষম হৈছে ?
👉 লক্ষ্য চেন
(৩২) ভাৰত নাট্যম নৃত্য কোনখন ৰাজ্যৰ লগত জড়িত ?
👉 তামিলনাডু
(৩৩) সোণোৱাল কছাৰী সকলৰ সাংস্কৃতিক সম্পদ কি ?
👉 হাইদাং গীত
(৩৪) অসমৰ কোনখন অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত ?
👉 চক্ৰশিলা অভয়াৰণ্য
(৩৫) ভাৰত ত্যাগ আন্দোলন ক'ৰ পৰা আৰম্ভ হৈছিল ?
👉 বোম্বে
(৩৬) কুচিপুড়ি নৃত্য কোনখন ৰাজ্যৰ লগত জড়িত ?
👉 অন্ধ্ৰপ্ৰদেশ
(৩৭) ১৫ জানুৱাৰী ২০২২ তাৰিখে খাদীৰে নিৰ্মিত বিশ্বৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় পতাকা ক'ত প্ৰদৰ্শন কৰা হয় ?
👉 জেচলমেৰ
(৩৮) প্ৰথম অসমীয়া শিশু চিনেমা কোনখন ?
👉 অবুজ বেদনা
(৩৯) চূণ শিলৰ খনি ক'ত আছে ?
👉 কাৰ্বি আংলং
(৪০) অসমত সৰ্বপ্ৰথম কেতিয়া ৰেলগাড়ী চলিছিল ?
👉 ১৮৮২ চনত
(৪১) বৰাকৰ উপনৈ কেইখন ?
👉 ৯ খন
(৪২) অসমত ৰাজ্যসভাৰ আসন কেইখন ?
👉 ৭ খন
(৪৩) অসমত বিধান সভাৰ আসন কিমান ?
👉 ১২৬ খন
(৪৫) অসম ৰাজ্যখন কিমান চনত গঠন হৈছিল ?
👉 ১৯৫০ চনত
(৪৬) অসমৰ কোনবিধ সামগ্ৰীয়ে GEOGRAPHICAL INDICATION LOGO লাভ কৰিছিল ?
👉 মুগাচিল্ক
(৪৭) অসমৰ জাতীয় জলচৰ প্রাণী কি ?
👉 শিহু
(৪৮) অসমত মুঠ গাঁওৰ সংখ্যা কিমান ?
👉 ২৬৩৯৫
(৪৯) দেউৰীসকলে ক'ত পূজা কৰে ?
👉 থান বা মিদিকত
(৫০) তিৱাসকলৰ আদি বাসস্থান ক'ত আছিল ?
👉 তিব্বত
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.