Important GK Quiz for Assam Direct Recruitment
In this article we have provided you most important GK Quiz for Grade III and Grade IV Exam. So, read all these important GK Quiz on Assam Direct Recruitment 2022 and also for other Assam govt exams. These GK Questions and Answers in English for Grade III and Grade IV Exam are extremely important and should be a part of your preparation.
![]() |
Assam Direct Recruitment important GK |
Join us on Telegram | Join us on Whatsapp | Join us on Facebook |
Important General Knowledge for APSC
In order to succeed in the prestigious APSC, Assam Direct Recruitment Grade III and Grade IV Exam 2022, it is important that the aspirant has access to the all the GK questions & Answers of each topic. Specially the toppers of APSC/Assam TET exams recommend that aspirant start their preparation with the most important topics of syllabus such as GK for the upcoming exams.
Join us on Telegram | Join us on Whatsapp | Join us on Facebook |
(১) অসমৰ কোনখন ঠাইক "কন্যাপুৰ" বুলি কোৱা হয় ?
👉 তেজপুৰ
(২) নৰনাৰায়ণৰ আহোম ৰাজ্য আক্ৰমণ কোন চনত হৈছিল ?
👉 ১৫৬২ চনত
(৩) আটাইতকৈ বেছি পৰিমাণৰ নিৰ্মল পানী ক'ত পোৱা যায় ?
👉 মেৰুৰ বৰফ আৰু হিমবাহ
(৪)গুৱাহাটী সন্ধি স্বাক্ষৰিত কেতিয়া হৈছিল ?
👉 ১৮৩৩ চনৰ ২ মাৰ্চ
(৫) সমতাৰ অধিকাৰ কিমান অনুচ্ছেদৰ পৰা কিমানলৈ আছে ?
👉 ১৪ আৰু ১৯ অনুচ্ছেদ ।
(৬) প্ৰথম অসমীয়া উচ্চ ন্যায়ালয়ৰ বিচাৰপতি ?
👉 হলিৰাম ডেকা
(৭)অসমৰ প্ৰথম চীফ কমিছনাৰ কোন ?
👉 কৰ্ণেল কিটিং
(৮) কেপ্টেইন ৱেইলছ প্ৰথম অসমলৈ কেতিয়া আহিছিল ?
👉 ১৭৯২ চনত
(৯) কোনে প্ৰথমবাৰৰ বাবে ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰে ?
👉 জৱাহৰলাল নেহৰু
(১০) কোনজন কমিছনাৰে অসমীয়া ভাষাৰ স্বকীয় বৈশিষ্ট্য অনুভৱ কৰি আদালত, স্কুল আদিত অসমীয়া ভাষা পুনৰ প্ৰচলনৰ হুকুম জাৰি কৰিছিল ?
👉 হপকিনছন
(১১) "জয়হিন্দ" শ্লোগান কোনে দিছিল ?
👉 সুভাষ চন্দ্ৰ বসু
No comments:
Post a Comment
Note: Only a member of this blog may post a comment.